মই প্ৰৱেশ কৰিছো:

অসম চৰকাৰ সাধাৰণ প্ৰশাসন

বিষয়বস্তু পৰিচালনা

এইটো এটা অসম চৰকাৰৰ অধিকাৰিক সাধাৰণ প্ৰশাসন বিভাগ ৱেবছাইট, অসম চৰকাৰৰ তথ্যপ্ৰযুক্তি বিভাগে, ডিজাইন, বিকাশ আৰু সেৱা আগবঢ়োৱালৈ এই ছাইটটো বিকাশ কৰা হৈছে। এই ছাইটৰ যোগেদি বিশ্বাসযোগ্য, ব্যাপক, সঠিক তথ্য সাধাৰণ প্ৰশাসন বিভাগৰ বিষয়ে আৰু ইয়াৰ বিভিন্ন দল/ সংস্থাৰ তথ্য প্ৰদানৰ উদ্দেশ্য স্থিৰ কৰা হৈছে। বিভিন্ন স্থানৰ হাইপাৰলিংকবোৰ ভাৰত চৰকাৰৰ আন পৰ্টেল/ ৱেবছাইটত প্ৰদান কৰা হৈছে।

এই ছাইটৰ বিষয়বস্তুবোৰ হল বিভাগীয় বিভিন্ন দল আৰু শাখাৰ সহযোগিতা/ যোগাত্মক প্ৰচেষ্টাৰ ফল। এইটো আমাৰ চেষ্টা যে যাতে নিয়মিতভাৱে বিষয়বস্তু, কভাৰেজ, ডিজাইন আৰু প্ৰযুক্তিৰে ছাইটটোৰ সদায় ব্যপকতা আৰু সমৃদ্ধতা সদায় বৰ্তি থাকে।

বিষয়বস্তুৰ অৱদান, সংযম আৰু অনুমোদন নীতি(২৩৩ কে.বি.)
পি ডি এফ ফাইল যিটো এটা নতুন উইণ্ডোত খোলে

বিষয়বস্তু পৰ্যালোচনা নীতি(১৯৮ কে.বি.)
পি ডি এফ ফাইল যিটো এটা নতুন উইণ্ডোত খোলে

বিষয়বস্তু আৰ্কাভেল নীতি(১৯৬ কে.বি.)
পি ডি এফ ফাইল যিটো এটা নতুন উইণ্ডোত খোলে

ৱেবছাইট তথ্য প্ৰৱন্ধক
সাধাৰণ প্ৰশাসন বিভাগ
ব্লক “এ”, দ্বিতীয় মহলা,জনতা ভৱন,
দিছপুৰ, গুৱাহাটী-০৬,
ফোন: ০৩৬১-২২৩৭৪৯৭
ই-মেল: brojen.das@gov.in