মই প্ৰৱেশ কৰিছো:

অসম চৰকাৰ সাধাৰণ প্ৰশাসন

আৱৰ্ত ভৱন বুকিং কৰা

 

তালিকাঃ

  • যোগ্যতাৰ মাপকাঠী
  • আবেদন
  • ঠিকনাৰ প্ৰমাণ
  • ফটোযুক্ত পৰিচয় পত্ৰ
  • কিমান দিনৰ বাবে থাকিব আৰু ইয়াৰ কাৰণ
  • মাচুল
  • অগ্ৰিম জাননী

অৱলোকন

অসমৰ আৱৰ্ত ভৱন সমূহদৰাচলতে চৰকাৰী বিষয়া আৰু চৰকাৰী কাম কাজৰ বাবেহে।

যোগ্যতাৰ মাপকাঠী

কেৱল অসম চৰকাৰৰ বিষয়া সকলৰ বাবেহে।

আবেদন প্ৰক্ৰিয়া

জিলা উপায়ুক্ত বা মহকুমাবিষয়া(অসমাৰীক) অথবা সাধাৰণ প্ৰশাসন বিভাগক উদ্দেশ্যি আবেদন কৰিব লাগিব।

প্ৰয়োজনীয় নথি

ফটোযুক্ত পৰিচয় আৰু ঠিকনাৰ প্ৰমাণ

প্ৰমাণ পত্ৰ/এন.ও.চি.

চিকিৎসাজনিত কাৰণত আবেদন কৰা লোক সকলৰ ক্ষেত্ৰত স্বস্থ্যসেৱা সঞ্চালকৰ দ্বাৰা প্ৰদান কৰা চিকিৎসাৰ বাবে প্ৰেৰণ কৰা প্ৰমাণ পত্ৰৰ প্ৰয়োজন হব।

মাচুল

সংশ্লিষ্ট জিলা উপায়ুক্ত অথবা মহকুমা বিষয়াৰ(অসামৰিক) কাৰ্য্যলয়ৰ নজৰত বিভাগত ইয়াৰ মাচুল আদায় দিব লাগিব।

কাক যোগাযোগ কৰিব লাগিব

সংশ্লিষ্ট জিলা উপায়ুক্ত/মহকুমা বিষয়া(অসামৰিক) বা সাধাৰণ প্ৰশাসন বিভাগ।

অনলাইন/অফলাইন

অনলাইন ব্যৱস্থা বৰ্তমান প্ৰক্ৰিয়াধীন।সংশ্লিষ্ট জিলা উপায়ুক্ত/মহকুমা বিষয়া(অসামৰিক) বা সাধাৰণ প্ৰশাসন বিভাগক উদ্দেশ্য কৰি আবেদেন কৰিব লাগিব।

আৱৰ্ত্ত ভৱনৰ তালিকাঃ

 

ক্ৰ. নং.

জিলাসমূহ(কত অৱস্থিত)

আৱৰ্ত্ত ভৱনৰ সংখ্যা

যোগাযোগ নম্বৰ

তিনিচুকীয়া

৯৪৩৫১৬৯১৬০

ডিব্ৰুগড়

৯৪৩৫১৫১৭৬০

শিৱসাগৰ

৮৪৮৬২৬৫০৮০

চৰাইদেউ

 

যোৰহাট

০৩৭৬-২৩২১৭৪৪/০৯৪৩৫০৫০৫২৪

মাজুলী

 

গোলাঘাট

০৩৭৭৪-২৮০৫৯৬/০৯৪৩৫১৫১১২৮

নগাওঁ

০৩৬৭২-২৩১৬৫৭/০৯৪৩৫০৬০৬৭০

হোজাই

 

১০

মৰিগাওঁ

৯৪৩৫৩৬৪১৬১

১১

লক্ষীমপুৰ

০৩৭৫২-২২২১১২

১২

ধেমাজি

০৯৪৩৫০-৮৮৬৫২

১৩

বিশ্বনাথ

৯৪৩৫৪৮৬৪৯২

১৪

শোণিতপুৰ

৯৪৩৫১১৯৪১৫

১৫

ওদালগুৰি

 

১৬

বঙাইগাওঁ

০৩৬৬৪-২২২৯৪৮/০৯৪৩৫০২১৪৫২

১৭

কোকোৰাঝাৰ

৯৯৫৭৩২৩৬৫০

১৮

নলবাৰী

০৩৬২৪-২২০৪৯৭/০৯৯৫৭০৩৮৯৮৮

১৯

বৰপেটা

৯৪৩৫৪৮১০৭০

২০

ধুবুৰী

০৩৬৬২-২৩০০৭০

২১

দক্ষিণ শালমৰা, মানকাছাৰ

০৩৬৬২-২৮৬৬৩৮

২২

কাৰ্বি আংলং

৯৪৩৫৪৭১৬৫২

২৩

ডিমা হাচাও

৯৯৫৭৪৬৩৩৭৬

২৪

কাছাৰ

০৩৮৪২-২৩৭০১০

২৫

কৰিমগঞ্জ

০৩৮৪৩-২৬২১৩০/০৯৮৫৪৫২৫০৮

২৬

হাইলাকান্দি

০৩৮৪৪-২২২২৬১/০৯৪৩৫৮৫৪৮০৬

২৭

কামৰূপ(ম)

৯৯৫৪৮১৩৪৮৪/০৯৪৩৫০৪৭০০৬

২৮

কামৰূপ

 

২৯

চিৰাঙ্গ

০৩৬৬৪-২৪১০৫১/০৯৮৫৪৪-৫৯২৩২

৩০

পশ্চিম কাৰ্বি আংলং

 

৩১

গোৱালপাৰা

০৩৬৬৩-২৪০১৬৫/২৪০১২৭

৩২

বাক্সা

 

৩৩

দৰং

০৩৭১৩-২২২২৫৪/০৯৮৫৪৬৩১২২৮

 

Downloads
TitleSizeDetail
CIRCUIT HOUSE RATES.pdf1.66 MBswf-image