মই প্ৰৱেশ কৰিছো:

অসম চৰকাৰ সাধাৰণ প্ৰশাসন

আপোনাৰ অভাব-অভিযোগ দাখিল

CPGRAMS
এই কেন্দ্ৰীয় জন অভিযোগ মীমাংসা আৰু পৰ্যবেক্ষণ প্ৰণালী (CPGRAMS) ৰ জৰিয়তে, বিভিন্ন বিভাগৰপৰা লাভ কৰা ৰাইজৰ ওজৰ আপত্তিসমূৰ নিৰীক্ষণ কৰা হয় আৰু লগতে এই অভিযোগসমূহৰ পৰিকল্পিত পদ্ধতিৰে মীমাংসা কৰাৰ বাবে ব্য়ৱস্থা গ্ৰহণ কৰা হয়। উপ-সাংগঠনিক পৰ্যায়ত CPGRAMS ৰ সবল কাৰ্যৱৰ্তনৰ বাবে সাধাৰণ প্ৰশাসন বিভাগে নিজৰ অধীনত কিছুমান উপ-সংগঠন স্থাপন কৰে। অসমৰ প্ৰধান সচিবে সময়ে সময়ে নিয়মমাফিকভাৱে CPGRAMS ৰ সবল কাৰ্যৱৰ্তনৰ কামসমূহ চোৱা-চিতা কৰি থাকে। জনসাধাৰণৰ ওজৰ-আপত্তিসমূহ মীমাংসাৰ বাবে জিলা আৰু উপ-সংমণ্ডল স্তৰত একোজনকৈ নডেল পাব্লিক গ্ৰিভেন্স বিষয়া নিযুক্ত কৰা হয় । সাধাৰণ প্ৰশাসন বিভাগে পৰিকল্পিত পদ্ধতিৰ নিৰীক্ষণ কৰে। নিজৰ অভিযোগ দাখিল কৰিবৰ বাবে অনুগ্ৰহ কৰি ইয়াত ক্লিক কৰক।

অভিযোগে কিদৰে কাম কৰে চাওঁ আহক-