মই প্ৰৱেশ কৰিছো:

অসম চৰকাৰ সাধাৰণ প্ৰশাসন

মুকলি ঠাই ব্যৱহাৰৰ কাৰণে আবেদন

তালিকাঃ

  • যোগ্যতাৰ মাপকাঠী
  • আবেদন
  • ঠিকনাৰ প্ৰমাণ
  • পৰিচয়ৰ প্ৰমাণ
  • কিমান সময়ৰ বাবে থাকিব আৰু কিহৰ বাবে
  • মাচুল প্ৰদান
  • আগতীয়া জাননী

অৱলোকন

বিদ্যালয়/ মহাবিদ্যালয়/ সংগঠনে নিয়মিত পাঠ্যক্ৰম বৰ্হিভূত কাৰ্যক্ৰমৰ কাৰণে দিছপুৰ পেৰেড গ্ৰাউণ্ড ব্যৱহাৰ কৰিব পাৰে।

যোগ্যতাৰ মাপকাঠী

বিদ্যালয়/ মহাবিদ্যালয়/ সংগঠনৰ দ্বাৰা আবেদন কৰাটো আৱশ্যক।

আবেদন প্ৰক্ৰিয়া

সংশ্লিষ্ট বিদ্যালয়/ মহাবিদ্যালয়/ সংগঠনে ক্ৰীড় আৰু নিয়মিত পাঠ্যক্ৰম বৰ্হিভূত কাৰ্য্যসূচীসমূহৰ বাবে সাধাৰণ প্ৰশাসনক আবেদন জমা দিব লাগিব।

গুৰুত্বপূৰ্ণ সময়ৰেখা

  • এমাহৰ আগতে আবেদন জমা কৰিব লাগিব।
  • আবেদন প্ৰক্ৰিয়াকৰণৰ সময় (আনুমানিক)- জমা দিয়াৰ পোন্ধৰ দিনৰ ভিতৰত।

কাক যোগাযোগ কৰিব

সাধাৰণ প্ৰশাসন বিভাগ, অসম চৰকাৰ