মই প্ৰৱেশ কৰিছো:

অসম চৰকাৰ সাধাৰণ প্ৰশাসন

অসম ভৱন/ আৱাসগৃহৰ বাবে আবেদন

 

তালিকাঃ

  • যোগ্যতাৰ মাপকাঠী
  • আবেদন
  • ঠিকনাৰ প্ৰমাণ
  • ফটোযুক্ত পৰিচয় পত্ৰ
  • কিমান দিনৰ বাবে থাকিব আৰু ইয়াৰ কাৰণ
  • মাচুল
  • অগ্ৰিম জাননী

অৱলোকন

ভাৰতৰ বিভিন্ন প্ৰান্তত অৱস্থিত অসম গৃহ তথা ভৱন সমূহ বিশেষকৈ কৰ্তব্যৰত চৰকাৰী বিষয়া সকলৰ বাবেহে। তাৰোপৰি অসমৰ অন্য লোকেওব্যক্তিগত বা চিকিৎসাজনিত কাৰণত এই ভৱন বা গৃহসমূহত থকাৰ বাবে আবেদন কৰিব পাৰে।

যোগ্যতাৰ মাপকাঠী

কৰ্তব্যৰত অসস চৰকাৰৰ বিষয়া, কৰ্মচাৰী আৰু লগতে অসমৰ সাধাৰণ লোকেও ব্যক্তিগত বা চিকিৎসাজনিত কাৰণত ইয়াত থকাৰ বাবে আবেদন কৰিব পাৰে।

আবেদন প্ৰক্ৰিয়া

অসম ভৱনৰ উচ্চ স্তৰীয়বিষয়া বা সাধাৰণ প্ৰশাসন বিভাগক উদ্দেশ্য কৰিও আবেদেন কৰিব পাৰে।থাকিবলৈ খোজা দিনটোৰ অন্ততঃ ৭দিন পূৰ্বে আবেদন কৰাটো বাঞ্চনীয়।এই আবেদনৰ প্ৰক্ৰিয়াকৰণৰ বাবে কমেও এদিন সময়ৰ প্ৰয়োজন।

আবেদনৰ সৈতে প্ৰদান কৰিব লগীয়া নথি সমূহ

ফটোযুক্ত পৰিচয় পত্ৰ আৰু ঠিকনাৰ প্ৰমাণ

প্ৰমাণ পত্ৰ/এন.ও.চি.

চিকিৎসাজনিত কাৰণত আবেদন কৰা লোক সকলৰ ক্ষেত্ৰতস্বাস্থ্যসেৱা সঞ্চালকৰ দ্বাৰা প্ৰদান কৰা চিকিৎসাৰ বাবে প্ৰেৰণ কৰা প্ৰমাণ পত্ৰৰ প্ৰয়োজন হব।

মাচুল

সময়ে সময়ে ধাৰ্য্য কৰা হাৰ অনুসৰিসংশ্লিষ্ট ভৱন বা গৃহৰ কৰ্তৃপক্ষক মাচুল প্ৰদান কৰিব লাগিব।

কাক যোগাযোগ কৰিব

সংশ্লিষ্ট ভৱন/গৃহৰ কৰ্তৃপক্ষ বা সাধাৰণ প্ৰশাসন বিভাগক।

অফলাইন/অনলাইন

অনলাইন ব্যৱস্থা বৰ্তমান প্ৰক্ৰিয়াধীন।অসম ভৱনৰ উচ্চ স্তৰীয় বিষয়া বা সাধাৰণ প্ৰশাসন বিভাগক উদ্দেশ্য কৰি আবেদেন কৰিব লাগিব।

অসম ভৱনৰ তালিকা

অসম ভৱন

কাক যোগাযোগ কৰিব

ঠিকনা

ফোন নং

ফেক্স

ই-মেইল

কোঠাৰ সংখ্যা

অসম ভৱন, নতুন দিল্লী

শ্ৰীমতী ঋত্বিকা কলিতা, ভ.প্ৰ.সে., আৱাস সচিব

শ্ৰী জয়দ্বীপ শোক্লা, অ.অ.সে, অ.এছ.ডি.

শ্ৰীমতী আভা লোহিয়া,

সম্পৰ্ক ৰক্ষী বিষয়া

চৰ্দাৰ পেটেল মাৰ্গ চানক্যপুৰ, দিল্লী- ১১০০২১

০১১ ২৬৮৭ ৭১১১

০১১-২৬১১৭০৫৯/২৬৮৭৮৮৫৪

rcofficeassambhawan@gmail.com

মুঠ কোঠাৰ সংখ্যাঃ ২৬ টা

(ভি.ভি.আই.পি.-২ টা, ভি.আই.পি.- ৬ টা, সাধাৰণ- ১৮ টা)

অসম ভৱন, মুম্বাই

শ্ৰী দেৱাশীষ শৰ্মা, অ.অ.সে., উপ আৱাস সচিব

প্লট নং.- ২৮, চেক্টৰ- ৩০ ক, ভাচি, নভি মুম্বাই- ৪০০৭০৩

০২২-২৭৮১০৮৮৮

 

mumbaiassambhawan@gmail.com

মুঠ কোঠাৰ সংখ্যাঃ ১৩ টা

অসম ভৱন, কলকাতা

শ্ৰী অভিজিত বৰুৱা. অ.অ.সে.,

ট্ৰেড পৰামৰ্শদাতা আৰু গতিবিধিৰ সঞ্চালক

৮ ৰুছেল ষ্ট্ৰীট, কলকাতা, পশ্চিমবঙ্গ

ফোনঃ ০৩৩ ২২২৯ ৮৩৩০,

০৩৩-২২২৯৭২৫৯

tadassam@gmail.com

১২ টা

ভি.আই.পি.- ৪ টা, সাধাৰণঃ ৮ টা

অসম ভৱন, শ্বিলং

শ্ৰী মনজিত্ সোণোৱাল, অ.অ.সে., উপ সচিব, সাধাৰণ প্ৰশাসন বিভাগ আৰু অ.এছ.ডি., অসম ভৱন, শ্বিলং

শ্ৰী জে.এন. তালুকদাৰ, জ্যেষ্ঠ সম্পৰ্ক ৰক্ষী বিষয়া

ধানখেতি, শ্বিলং- ৩, মেঘালয়

ফোনঃ ০৩৬৪-২২২৩৮২৮,

০৩৬৪-২২২৩৮২৮

sonowal.m@gmail.com

assamhouseshillong01

@gmail.com

talukdarjn@gmail.com

৩২ নং

(ভি.ভি.আই.পি.-২ টা, ভি.আই.পি.- ৬ টা, সাধাৰণ- ২২ টা)