মই প্ৰৱেশ কৰিছো:

অসম চৰকাৰ সাধাৰণ প্ৰশাসন

ৰাজভৱন

  • ক্ৰমিক নং

    আঁচনিৰ নাম

    মঞ্জুৰী প্ৰদানৰ বাবে ধাৰ্য্য কৰা তাৰিখ

    ধাৰ্য্য কৰা ধনৰ পৰিমাণ (লাখ টকাৰ হিচাপত)

    অতিৰিক্ত উপায়ুক্তবঙলাতবৰ্তমানে থকা ভূমিৰ তলৰ কেবলৰ সৈতে সংযুক্ত,গুৱাহাটীৰ খাৰঘুলীস্থিত ৰাজ ভৱনতমুখ্য পেনেল, ফিদাৰ পিলাৰ, পাঁচটা তৃতীয় আৰু চতুৰ্থ ভৱনৰ সৈতে সংযুক্ত অভাৰহেড লাইনৰ পুনৰনিৰ্মাণ

    জি.এ.জি.(বি.)৪৫৯/২০১৬/৬

    তাৰিখঃ ২৭/১০/১৬

    ৮.৫৪১৯০

    ৰাজ ভৱনৰ লাচিত উইং, দৰৱাৰ সভাগৃহ, চিলাৰায় উইং আৰু অতিথিশালাৰ এড্ৰেচিবোল টাইপ ফায়াৰ এলাৰ্ম আৰু ডিটেকচন ব্যৱস্থাৰ ব্যাপক বাৰ্ষিক তত্বাৱধান, গুৱাহাটী-০১

    জি.এ.জি.(বি.)৬৬১/২০১৬/১০

    তাৰিখঃ ১৮/২/১৭

    ৩.৮২১৩৭

    ২০১৬চনৰ ৭ আৰু ৮ তাৰিখে ভাৰতৰ প্ৰধান মন্ত্ৰীৰ আগমন উপলক্ষে ৰাজভৱন কমপ্লেক্সৰ দৰৱাৰ ভৱনৰ উন্নিতকৰণ আৰু নৱীকৰণ আৰু লগতে প্ৰয়োজন সাপেক্ষ ৰং কৰা আৰু অন্যান্য মেৰামতি কাৰ্য্য

    জি.এ.জি.(বি.)৪০৮/২০১৬/২৪

    তাৰিখঃ ০৬/১০/১৬

    ১০.০৪২০০