মই প্ৰৱেশ কৰিছো:

অসম চৰকাৰ সাধাৰণ প্ৰশাসন

কাৰ্য্যালয় ভৱন

  • ক্ৰমিক নং

    আঁচনিৰ নাম

    মঞ্জুৰr প্ৰদানৰ বাবে ধাৰ্য্য কৰা তাৰিখ

    ধাৰ্য্য কৰা ধনৰ পৰিমাণ (লাখ টকাৰ হিচাপত)

    খোৱা পানী আহৰণৰ বাবে মটৰ পাম্পমেৰামতি কৰা, নতুন সচিবালয় চৌহদভৱন, দিছপুৰ, গুৱাহাটী-০৬

    জি.এ.জি.(বি.)৫০৫/২০১৬/৯

    তাৰিখঃ ১৮.০১.১৭

    ৩.১০৬৮৩

    এছ.ডি.ও.ৰ(চি) কাৰ্য্যালয়ত বহা আসনযুক্ত জিৰণী কোঠা নিৰ্মাণ কৰা,খোৱাপানীৰ ব্যৱস্থা কৰা(পি.এফ.চি.), বিশ্বনাথ, বিশ্বনাথ চাৰিআলি

    জি.এ.জি.(বি.)২২৬/২০১৬/৭২

    তাৰিখঃ ২৬.১০.১৬

    ৪.৫০৮০০

    শিৱসাগৰৰ জেৰেঙা পথাৰত সাহিত্য সভাৰ অধিৱেশনলৈ অহা ভাৰতৰ ৰাষ্ট্ৰপতিৰ হেলিকপ্তাৰ নামিবৰ বাবে তিনিটা হেলিপেদ নিৰ্মাণ কৰা

    জি.এ.জি.(বি.)৬৫২/২০১৬/১৪

    তাৰিখঃ ১৯.০১.১৭

    ২২.৬৭৪০০

    ব্ৰহ্মপুত্ৰঅতিথি শালাৰ(বৰ্তমান মুখ্যমন্ত্ৰীৰ চৰকাৰী আৱাস)পাম্প ছেট সহ ফায়াৰ হাইড্ৰেণ্ট ব্যৱস্থাৰ উন্নীতকৰণ কৰা, খাৰঘূলী, গুৱাহাটী-০১

    জি.এ.জি.(বি.)৬৫০/২০১৬/২৮

    তাৰিখঃ ২৪.১.১৭

    ১৪.৩৩০৪১

    বিভিন্ন ব্লকত(বহা স্থানত, শৌচাগাৰ এলেকা, প্ৰহৰী এলেকা, সাক্ষাৎকাৰৰ বাবে অহা লোকৰ বহা ঠাই)চিলিং ফেন/ ওৱাল ফেন/ এক্সষ্ট ফেন স্থাপন কৰা, নতুন সচিবালয় চৌহদ ভৱন, দিছপুৰ, গুৱাহাটী-০৬

    জি.এ.জি.(বি.)৩২/২০১৬/২৪

    তাৰিখঃ ২.৯.১৬

    ৯.৮৮৬৬৫

    এন.আই.চি.ৰ জৰিয়তে সাধাৰণ প্ৰশাসনৰ এম.আই.এছ.ৰ বাবে সম্পূৰ্ণ প্ৰকল্প প্ৰতিবেদন

    জি.এ.জি.(বি.)২৬৯/২০১৬/৪৪

    তাৰিখঃ ২৯.৮.১৬

    ৬.৪৭৯৮৪

    উপায়ুক্ত/এছ.ডি.ও. আৰু অন্য নিম্ন স্তৰৰ কাৰ্য্যালয় সমূহৰ পৰিদৰ্শনৰ বাবে অনলাইন ব্যৱস্থাৰ বিকাশ ঘটোৱা

    জি.এ.জি.(বি.)২৩৭/২০১৬/১০

    তাৰিখঃ ২.৮.১৬

    ২.৮৪২২০

    প্ৰপ নিৰ্মাণ, মন্ত্ৰী কলনি চৌহদত সাক্ষাৎকাৰৰ বাবে অহা লোকৰ বাবে জিৰণী গৃহ নিৰ্মাণ কৰা, দিছপুৰ, গুৱাহাটী-০৬

    জি.এ.জি.(বি.)৩০১/২০১৬/৬৪

    তাৰিখঃ ১৯.১২.১৬

    ৬০.০৬৮০০

    দিছপুৰৰ নতুন সচিবালয় চৌহদত ওৱাটচ্ টাৱাৰ সহ সীমা পোহৰ কৰা ব্যৱস্থাৰ মেৰামতি/নৱীকৰণ কৰা

    জি.এ.জি.(বি.)৪৯৬/২০১৬/২০

    তাৰিখঃ ২০.১.১৭

    ৩.৭৩৬২৭

    ১০

    অভয়াপুৰীৰ আৱৰ্ত ভৱন মেৰামতি/নৱীকৰণ কৰা

    জি.এ.জি.(বি.)৩৬০/২০১৬/৭৪

    তাৰিখঃ ২১.১০.১৬

    ১৯.৮৩০০০

    ১১

    দিছপুৰৰ নতুন সচিবালয় ভৱনত মাননীয় মুখ্য মন্ত্ৰী, মন্ত্ৰীৰ কক্ষ, মুখ্য মন্ত্ৰীৰ উপদেষ্টাৰ কক্ষ, মুখ্য সচিবৰ কক্ষ, মুখ্যমন্ত্ৰী কাৰ্য্যালয়ৰ আয়ুক্তৰ কক্ষ, মুখ্যমন্ত্ৰী কাৰ্য্যলয়ৰ সচিবৰ কক্ষ, মুখ্যমন্ত্ৰী কাৰ্য্যালয়ৰ পি.এছ.ৰ কক্ষত তৎকালীন বিদ্যুত যোগানৰ বাবে ইণ্ভাৰটাৰ ব্যৱস্থা স্থাপন কৰা।

    জি.এ.জি.(বি.)৬০৬/২০১৬/১২

    তাৰিখঃ ২০.১.১৭

    ১৬.৯৬১৮৮

    ১২

    দিছপুৰৰ অসম সচিবালয়ত মুখ্যমন্ত্ৰীৰ কাৰ্য্যালয়ৰ লগতে মুখ্যমন্ত্ৰী সচিবালয়ৰ মুখ্যমন্ত্ৰী ব্লকৰ প্ৰথম মহলা মেৰামতি/নৱীকৰণ কৰা।

    জি.এ.জি.(বি.)৬৫৮/২০১৬/৩৯

    তাৰিখঃ ১৮.১.১৭

    ৮.৩০৫০০

    ১৩

    আমিনগাঁওস্থিত কামৰূপ জিলা উপায়ুক্ত কাৰ্য্যলয় ভৱনৰ নিৰ্মাণ/মেৰামতি কৰা(বাহিৰত আৰু ভিতৰত বৈদ্যুতিকৰণৰ সুবিধা সহ)।

    জি.এ.জি.(বি.)৪২৩/২০১৬/১৯

    তাৰিখঃ ২৪.১০.১৬

    ২৮.৬৭৭১৯

    ১৪

    শিলচৰ আৱৰ্ত ভৱন(মধ্য ব্লক) নিৰ্মাণ/মেৰামতি কৰা আৰু লগতে বিদ্যুত ব্যৱস্থা সংস্থাপন কৰা আৰু চৌহদ পোহৰোৱাৰ ব্যৱস্থা কৰা।

    জি.এ.জি.(বি.)৩৬১/২০১৬/১৪

    তাৰিখঃ ২১.১০.১৬

    ৩০.০৩০০০

    ১৫

    অসম সচিবালয় ভৱনৰ মুখ্যমন্ত্ৰী ব্লকৰ তৃতীয় মহলাৰ ৩০৭নং কোঠাত অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব, স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগ কাৰ্য্যালয়ৰ মেৰামতি/নৱীকৰণকৰা, দিছপুৰ, গুৱাহাটী-০৬

    জি.এ.জি.(বি.)৬৫৯/২০১৬/২২

    তাৰিখঃ ১৮.১.১৭

    ৩.৬০২০০

    ১৬

    জনতা ভৱনৰ সন্মুখত থকা বাহন চালকৰ জিৰণী কোঠাৰ মেৰামতি/নৱীকৰণ কৰা

    জি.এ.জি.(বি.)৪৩৭/২০১৬/২৫

    তাৰিখঃ ৫.১১.১৬

    ৩.৯২৩৩৫

    ১৭

    অসম সচিবালয়ত এল.ই.ডি. টিউব লাইট স্থাপন কৰা, প্ৰথম পৰ্য্যায়,(ব্লক চি., ই., চি.এম.)

    জি.এ.জি.(বি.)৪৪২/২০১৬/৭

    তাৰিখঃ ২৯.১২.১৬

    ৫.৩৬৫৮০

    ১৮

    অসম সচিবালয় চৌহদত জি.এফ. আৰু এফ.এফ.ৰ প্ৰৱেশকক্ষৰ চাৰিওফালে ৰং কৰা

    জি.এ.জি.(বি.)৬৫৬/২০১৬/১৬

    তাৰিখঃ ৭.২.১৭

    ১.৩৬৭৫৫

    ১৯

    দিছপুৰৰ অসম সচিবালয়ত চি.এম. ব্লকৰ চতুৰ্থ মহলাত থকা তথ্য প্ৰযুক্তি কোষৰ পুনৰনিৰ্মাণ কৰা

    জি.এ.জি.(বি.)২২/২০১৭/২৪

    তাৰিখঃ ২৭.১.১৭

    ২৫.৫০৬০০

    ২০

    গুৱাহাটী আৱৰ্ত ভৱনৰ শীত তাপনিয়ন্ত্ৰীত যন্ত্ৰসমূহৰ ব্যাপক বাৰ্ষিক তত্বাৱধান( ১.৩.১৬তাৰিখৰ পৰা ২৮.২.১৭তাৰিখলৈ = বাৰ মাহ)

    জি.এ.জি.(বি.)৪০৪/২০১৬/৫৮

    তাৰিখঃ ৪.২.১৭

    ৪.২৬১১২

    ২১

    খাৰঘুলীস্থিত ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত শীত তাপনিয়ন্ত্ৰীত যন্ত্ৰ সমূহৰ ব্যাপক বাৰ্ষিক তত্বাৱধান( ১.৩.১৬তাৰিখৰ পৰা ২৮.২.১৭তাৰিখলৈ = বাৰ মাহ)

    জি.এ.জি.(বি.)৪০৪/২০১৬/৫৯

    তাৰিখঃ ৪.২.১৭

    ৪.৭৩২৪০

    ২২

    পানবজাৰস্থিত সাধাৰণ প্ৰশাসন ভৱনত শীত তাপনিয়ন্ত্ৰীত যন্ত্ৰ সমূহৰ ব্যাপক বাৰ্ষিক তত্বাৱধান

    জি.এ.জি.(বি.)৪০৪/২০১৬/৬০

    তাৰিখঃ ৪.২.১৭

    ০.৮৫৭১৯

    ২৩

    কামৰূপ মহানগৰ জিলা উপায়ুক্ত কাৰ্য্যালয়ত শীত তাপনিয়ন্ত্ৰীত যন্ত্ৰ সমূহৰ ব্যাপক বাৰ্ষিক তত্বাৱধান( ১.৩.১৬তাৰিখৰ পৰা ২৮.২.১৭তাৰিখলৈ = বাৰ মাহ)

    জি.এ.জি.(বি.)৪০৪/২০১৬/৬১

    তাৰিখঃ ৪.২.১৭

    ৪.৮৬২৫০

    ২৪

    অসম সচিবালয়ৰ বি. ব্লকৰ ভূমি মহলা(কোঠা নং-০০৬), প্ৰথম মহলা(কোঠা নং- বি.-১২৪), দ্বিতীয় মহলা(কোঠা নং- বি.-২২০), তৃতীয় মহলা(কোঠা নং- বি.-৩৩১) সমূহত মন্ত্ৰী সকলে বিভাগ সমূহ পৰিৱৰ্তন কৰাৰ বাবে কাৰ্য্যালয় সমূহ মেৰামতি/নৱীকৰণ কৰা।

    জি.এ.জি.(বি.)৩৫/২০১৭/২৪

    তাৰিখঃ ৭.২.১৭

    ৯.২৬৪৭৯

    ২৫

    অসমৰ বিত্তীয়, জি.ডি.ডি. আৰু পৰ্য্যটন বিভাগৰ কাৰ্য্যালয়ৰ কক্ষ, সভা কক্ষ, সাক্ষাৎকাৰীৰ জিৰণী কোঠা আৰু চাদ  নৱীকৰণ কৰা

    জি.এ.জি.(বি.)৪৮/২০১৭/৬৯

    তাৰিখঃ ৮.২.১৭

    ৫৮.৪৬৩৪৮

    ২৬

    কোকৰাঝাৰ জিলা উপায়ুক্ত কাৰ্য্যালয়ত খোৱা পানী, শৌচাগাৰ আৰু তথ্য কেন্দ্ৰ সযুক্ত আৰ.চি.চি. সাক্ষাৎকাৰী জিৰণী কোঠা নিৰ্মাণ কৰা

    জি.এ.জি.(বি.)৭৩/২০১৭/১৩

    তাৰিখঃ ৩.২.১৭

    ৯.১৬৫০০

    ২৭

    অসম সচিবালয়ৰ ই. ব্লকত মন্ত্ৰীৰ কক্ষ নিৰ্মাণ আৰু নৱীকৰণ কাৰ্য্য সম্পাদন কৰা

    জি.এ.জি.(বি.)৫৫৯/২০১৬/৪০

    তাৰিখঃ ১৪.৩.১৭

    ৭.০৯৮৬৫

    ২৮

    দিছপুৰ আৰক্ষী থানা আৰু পূৰণা মন্ত্ৰী কলনীৰ সমীপত থকা ২X২৫০কে.ভি.এ. ছাব-ষ্টেচনটো আৰু দিছপুৰ ৰাজধানী চৌহদত থকা জনস্বাস্থ্য কাৰিকৰী পানী টেংকিৰ সমীপত থকা ২৫০কে.ভি.এ. আৰু ৫০০কে.ভি.এ. ছাব-ষ্টেচনটো নৱীকৰণ কৰা, দিছপুৰ-০৬

    জি.এ.জি.(বি.)১২/২০১৭/১১

    তাৰিখঃ ২০.২.১৭

    ৩.৬৯৯৫৩

    ২৯

    ভ্ৰমণকাৰী বিশেষ গুৰুত্ব পূৰ্ণ ব্যক্তিসকলক সংগদান কৰা নিৰাপত্তাৰক্ষীৰ বাবে কোকৰাঝাৰ আৱৰ্ত ভৱনৰ গাতে লাগি থকা বেৰেক নিৰ্মাণ কৰা

    জি.এ.জি.(বি.)৩৮/২০১৭/৩৮

    তাৰিখঃ ১৫.২.১৭

    ২৫.১০০০০

    ৩০

    পানবজাৰস্থিত সাধাৰণ প্ৰশাসন ভৱনৰ এল.এ.ডি.ৰ দ্বিতীয় মহলাত থকা অসম ৰাজ্যিক মুখ্য পৰ্য্যবেক্ষণ আয়ুক্তৰ কাৰ্য্যালয়ত সভা কক্ষ আৰু কাৰ্য্যলয় আৱাসৰ নিৰ্মাণ আৰু নৱীকৰণ কৰা

    জি.এ.জি.(বি.)২৩৮/২০১৬/৬৭

    তাৰিখঃ ২০.২.১৭

    ৯৩.০৩০০০

    ৩১

    গোৱালপাৰাৰ লক্ষীমপুৰ আই.বি.ৰ সন্মুখত থকা ইটাৰ সীমা দেৱাল আৰু এটা জিৰণীঘৰৰ লগতে ১.৫০মিটাৰ উচ্চতাৰ ইটাৰ চৌহদ দেৱাল নিৰ্মাণ কৰা আৰু লগতে লক্ষীমপুৰ আই.বি. ভৱনত থকা অতিথিশালা নৱীকৰণ কৰা

    জি.এ.জি.(বি.)৬৯/২০১৭/৪৫৪৮

    তাৰিখঃ ২১.২.১৭

    ২৯.০৩০০০

    ৩২

    দিছপুৰস্থিত অসম সচিবালয়ৰ এফ. ব্লকৰ দ্বিতীয় মহলাৰ মন্ত্ৰী কক্ষ সেইয়া হল কোঠা নং-২০১,২০২,২০৩ৰ মেৰামতি আৰু নৱীকৰণ কৰা

    জি.এ.জি.(বি.)৭৬/২০১৭/২০

    তাৰিখঃ ২৫.২.২০১৭

    ১.৪৪৫৪৫

    ৩৩

    মাজুলীৰ গড়মূৰত আৱৰ্ত ভৱন আৰু এছ.ডি.ও. ন্যায়ালয় ভৱনত বিদ্যুৎ যোগান ব্যৱস্থাৰ উন্নয়ন কৰা (১১কে.ভি. লাইন আৰু ১০০কে.ভি.এ. ছাব-ষ্টেচন প্ৰদান কৰা আৰু স্থাপন কৰা)

    জি.এ.জি.(বি.)৮৩/২০১৭/২১

    তাৰিখঃ ৪.৩.১৭

    ১১.০৩৪২৪

    ৩৪

    নগাঁও আৱৰ্ত ভৱনত নিৰাপত্তা/চৌহদ পোহৰৰ ব্যৱস্থা কৰা

    জি.এ.জি.(বি.)৪৯৭/২০১৬/৩১

    তাৰিখঃ ২০.২.১৭

    ১৯.৮১৪৫০

    ৩৫

    নগাঁৱৰ কলিয়াবৰত এছ.ডি.ও. কাৰ্য্যালয় চৌহদত এল.ই.ডি লাইটৰ জৰিয়তে চৌহদ পোহৰোৱা ব্যৱস্থা কৰা

    জি.এ.জি.(বি.)৪৬৩/২০১৬/২৬

    তাৰিখঃ ২২.২.১৭

    ১৩.২০২৬০

    ৩৬

    ২০১৬-১৭বৰ্ষত গুৱাহাটীৰ খাৰঘুলীস্থিত মুখ্যমন্ত্ৰীৰ চৰকাৰী আৱাস, ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাৰ মেৰামতি আৰু উন্নিতকৰণ কাৰ্য।(দৰ্জা, ফল্চ চিলিং, ওৱাল পেনেলিং, ওৱাল পেপাৰ, দিখণ্ডিকৰন দেৱাল, প্লাষ্টাৰিং, জে.কে. ওৱাল পুট্টি, ৰং কৰা কাৰ্য্য, বাহিৰৰ বননিত পানী যোগানৰ সুবধা আৰু শৌচাগাৰ সুবিধাৰ লগতে এলুমিনিয়াম গ্লাচ লগোৱা ইত্যাদি)

    জি.এ.জি.(বি.)১১/২০১৭/৩৪

    তাৰিখঃ ১৭.২.১৭

    ১৯.৮৬৮০০

    ৩৭

    ভাৰ্টিকেল এক্সটেনচন(লক্ষীমপুৰত অসম আৰ্হিৰ উপায়ুক্ত ন্যায়ালয় ভৱন)

    জি.এ.জি.(বি.)৩৭০/২০১৬/৩১

    তাৰিখঃ ১.৩.১৭

    ৩৯.৭৪৫০০

    ৩৮

    চিৰাং জিলাত প্ৰথম পৰ্য্যায়ত উপায়ুক্ত কাৰ্য্যালয়ৰ পৰা উপায়ুক্তবঙলালৈ আৱৰ্ত ভৱন হৈ নলা বৱস্থাৰ নিৰ্মাণ কৰা(পথৰ সোঁ ফালে)

    জি.এ.জি.(বি.)৬২০/২০১৬/৩০

    তাৰিখঃ ৩.৩.১৭

    ৪৯.৯৮৫০০

    ৩৯

    ২০১৬-১৭বৰ্ষৰ বাবে গুৱাহাটীৰ খাৰঘুলীস্থিত ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালা গৃহ উন্নয়ন কৰা।(মুখ্যন্ত্ৰী আৱাসৰ তৃতীয় মহলাত বি.আৰ. ষ্টিল ফ্ৰেমৰ সৈতে গুলীৰ পৰা সুৰক্ষা প্ৰদান কৰিব পৰা ৫০এম.এম.ৰ ডাঠ আইনা লগোৱা, মুখ্যমন্ত্ৰীৰ আৱাসাত নিৰাপত্তাপ্ৰদানৰ প্ৰথম স্তৰৰ হুইলগেট, নতুন ফায়াৰ এক্সটিংগুইছাৰ আৰু ফায়াৰ এক্সটিংগুইছাৰৰ ৰি-ফিলিংৰ ব্যৱ্স্থা কৰা)

    জি.এ.জি.(বি.)৪৭০/২০১৬/৭৫

    তাৰিখঃ ২০.৩.১৭

    ১৩৭.১০৭৮৭

    ৪০

    সাধাৰণ প্ৰশাসনৰ অধীনতৰঙিয়াত চেলুট মাৰিবৰ বাবে কাঠৰ মঞ্চ নিৰ্মাণ কৰাৰ জৰিয়তে স্বধীনতা দিৱস আৰু গণৰাজ্য দিৱস উদযাপনৰ বাবে নিৰ্দিষ্ট ক্ষেত্ৰ বিকাশঘটোৱা

    জি.এ.জি.(বি.)৮০/২০১৬/১৫৭

    তাৰিখঃ ২১.২.১৭

    ৯৭.০০০০০