মই প্ৰৱেশ কৰিছো:

অসম চৰকাৰ সাধাৰণ প্ৰশাসন

আৱাস- দিছপুৰ

  • ক্ৰমিক নং

    আঁচনিৰ নাম

    ধাৰ্য্য কৰা ধনৰ পৰিমাণ (লাখ টকাৰ হিচাপত)

    মঞ্জুৰী প্ৰদানৰ বাবে ধাৰ্য্য কৰা তাৰিখ

    গুৱাহাটীৰ খানাপাৰাস্থিত ভা.প্ৰ.সে. কলনীৰ মুখ্য সচিবৰ আৱাস মেৰামতি /নৱীকৰণ (দ্বিতীয় পৰ্য্যায়)

    ৬১২৮৮০

    জি.এ.জি.(এ) ৫১/২০১৭

    দিছপুৰৰ ৰাজধানী চৌহদত শ্ৰেণী-VIII(এছ) ১৮/৩ৰভিতৰুৱা বৈদ্যুতিকৰণৰ মেৰামতি/নৱীকৰণ, গুৱাহাটী-০৬

    ৯৫৪০০

    জি.এ.জি.(এ) ৪৮/২০১৭/১৮

    তাৰিখঃ ২৪/০২/২০১৭

    দিছপুৰ লাষ্টগেটৰ ৰাজ্যিক ৰাজধানী ঔষধালয়ৰ মেৰামতি আৰু নৱীকৰণ

    ৪৫১৬০০

    জি.এ.জি.(এ) ৪৮/২০১৭

    হাউচফেড চৌহদৰ চৰকাৰী আৱাস সমূহৰ উন্নয়ন/নৱীকৰণ/মেৰামতি, নটবমা, গুৱাহাটী-৩৮, ব্লক-জি.-০০৪, ১০৪, ৩০৪, ৩০১, ২০১, ১০১,০০১ আৰু ২০৯

    ৩৮৬৭০০

    জি.এ.জি.(এ) ৪২/২০১৭/৩৫

    তাৰিখঃ ২১/০২/২০১৭

    পুলিন চন্দ্ৰ বৰ্মনে বসবাস কৰি থকা চুপাৰ মাৰ্কেটৰ চৰকাৰী আৱাস(VII(এম)শ্ৰেণীৰচৰকাৰী আৱাসৰ মেৰিমতি) নং-৩/৬ৰ মেৰামতি আৰু উন্নয়ন, গুৱাহাটী-৬

    ১০০৬০০

    জি.এ.জি.(এ) ৪৩/২০১৭/২৯

    তাৰিখঃ ২০/০২/২০১৭

    চৰকাৰী আৱাসৰ মেৰামতি/নৱীকৰণ।

    শ্ৰী মীনা ৰাম ডেকাই বসবাস কৰি থকা চুপাৰমাৰ্কেটৰ VII(এম) টাইপ চৰকাৰী আৱাসনং-২১/১ৰ মেৰামতি আৰু পুনৰনিৰ্মাণ,

    ১০৩৪০০

    জি.এ.জি.(এ) ৪৪/২০১৭/২৯

    তাৰিখঃ ২৮/০২/২০১৭

    শ্ৰী অনুতুল চিন্হা আৰু শান্তিচ্যা হাতীবৰুৱাই বসবাস কৰি থকা চুপাৰমাৰ্কেটৰ VIII(এম) টাইপ চৰকাৰী আৱাসনং ক্ৰমে ১৩/৫ আৰু ১৮/৪ৰ মেৰামতি আৰু নৱীকৰণ, গুৱাহাটী-৬

    ১৯০৯০০

    জি.এ.জি.(এ) ৪৫/২০১৭/২৮

    তাৰিখঃ ২০/০২/২০১৭

    ৰাজধানী চৌহদত চতুৰ্থ বৰ্গ কৰ্মচাৰীৰ আৱাস, আৰ.চি.চ. ভৱন(ডি)ৰ উন্নয়ন, ২০০০লিটাৰৰ পি.ভি.চি. টেংকি, গ্লাচ পেনচ, স্নানাগাৰ দৰ্জাৰ আদি সলনি কৰা, ৩০৪টা পাকঘৰ, ষ্টেয়াৰকেছ মেৰামতি কৰা, দিছপুৰ, গুৱাহাটী-০৬

    ২৩১০০০

    জি.এ.জি.(এ) ৪১/২০১৭/২৬

    তাৰিখঃ ০১/০৩/২০১৭

    খানাপাৰাৰ কইনাধৰা পৰ্বতস্থিত মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰীৰ আৱাসত পানীযোগান ব্যৱ্স্থা শৌচাগাৰ, মজিয়া চাফা কৰা ইত্যাদিৰ নৱীকৰণ কৰা, গুৱাহাটী-২২

    ৪৯৮৪৬৯

    জি.এ.জি.(এ) ৪১/২০১৭

    ১০

    খানাপাৰৰ কইনাধৰা পৰ্বতস্থিত সন্মানীয় প্ৰাক্তন মুখ্যমন্ত্ৰীৰ আৱাসত থকা ৪ৰ্থ বৰ্গৰ কৰ্মচাৰীৰ আৱাসৰ মেৰামতি আৰু নৱীকৰণ, গুৱাহাটী-২২

    ৪৩৬৭০৩

    জি.এ.জি.(এ) ৫০/২০১৭

    ১১

    খানাপাৰৰ কইনাধৰা পৰ্বতস্থিত সন্মানীয় প্ৰাক্তন মুখ্যমন্ত্ৰীৰ আৱাসৰ মেৰামতি আৰু নৱীকৰণ, গুৱাহাটী-২২

    ৪১৮১২৮

    জি.এ.জি.(এ) ৫০/২০১৭

    ১২

    খানাপাৰৰ কইনাধৰা পৰ্বতস্থিত সন্মানীয় প্ৰাক্তন মুখ্যমন্ত্ৰীৰ আৱাসৰ মেৰামতি আৰু নৱীকৰণ, গুৱাহাটী-২২

    ২১৬৭৮৮৩

    জি.এ.জি.(এ) ৫০/২০১৭

    ১৩

    ৰাজধানী চৌহদত চতুৰ্থ বৰ্গ কৰ্মচাৰীৰ আৱাসৰ(ব্লক নং-৪,৫(এছ)= ১৯ একক উন্নয়ন কৰা, দিছপুৰ, গুৱাহাটী-৬

    ৪৯২২০০

    জি.এ.জি.(এ) ৫৮/২০১৭/২৪

    তাৰিখঃ ২৮/০২/২০১৭

    ১৪

    হাউচফেড চৌহদৰ চৰকাৰী আৱাসৰ উন্নয়ন/নৱীকৰণ/মেৰামতি, গুৱাহাটী-০৮(ব্লক এম-II), খণ্ড এ.

    ৪৮৯৬৬০

    জি.এ.জি.(এ) ৫৭/২০১৭/১৯

    তাৰিখঃ ২৮/০২/২০১৭

    ১৫

    হাডকো চৌহদৰ VIII(এম) টাইপ চৰকাৰী আৱাসৰ মেৰামতি আৰু নৱীকৰণ,ৰুক্মিনীগাঁও, গুৱাহাটী-৬

    ৪৯৫৬২১

    জি.এ.জি.(এ) ৬১/২০১৭/২৫

    তাৰিখঃ ০৭/০৩/২০১৭

    ১৬

    গাড়ী চালক আশীশ কুমাৰ দাসে বসবাস কৰি থকা ৰাজধানী চৌহদৰ চতুৰ্থ বৰ্গ কৰ্মচাৰীৰ চৰকাৰী আৱাস ব্লক নং-১৫/৫(এম)ৰ মেৰামতি আৰু নৱীকৰণ, দিছপুৰ, গুৱাহাটী-৬

    ৯৫০০০

    জি.এ.জি.(এ) ৬২/২০১৭/২৪

    তাৰিখঃ ০৮/০৩/২০১৭

    ১৭

    গৌৰি সিং আৰু সুজিত্ সেনে বসবাস কৰি থকা দিছপুৰ ৰাজধানী চৌহদৰ চতুৰ্থ বৰ্গ কৰ্মচাৰীৰ চৰকাৰী আৱাস ব্লক নং-১৬/৩ আৰু ৭(এম)ৰ মেৰামতি আৰু নৱীকৰণ, দিছপুৰ, গুৱাহাটী-৬

    ৯২৭৩২

    জি.এ.জি.(এ) ৬৩/২০১৭/১৯

    তাৰিখঃ ০৮/০৩/২০১৭

    ১৮

    হাউচফেড চৌহদত চৰকাৰী আৱাসৰ মেৰামতি আৰু নৱীকৰণ, নটবমা, গুৱাহাটী-৩৮, ব্লক এম-II, চি-১৯(মৃদুল শইকীয়াই বসবাস কৰি থকা)

    ১৫৫০০০

    জি.এ.জি.(এ) ৬৪/২০১৭/২৫

    তাৰিখঃ ০৮/০৩/২০১৭

    ১৯

    হাউচফেড চৌহদৰ আৱাস নং ডি-০০৩ৰ মেৰামতি আৰু পুনৰনিৰ্মাণ, নটবমা, গুৱাহাটী-৩৮

    ১১৯০০০

    জি.এ.জি.(এ) ৬৮/২০১৭/৩০

    তাৰিখঃ ০৭/০৩/২০১৭

    ২০

    চুপাৰমাৰ্কেটৰ VIII(এম)টাইপ ৫/৫ত মেৰামতি আৰু নৱীকৰণ, দিছপুৰ, গুৱাহাটী-০৬

    ৯৮০০০

    জি.এ.জি.(এ) ৬৯/২০১৭/২৯

    তাৰিখঃ ০৭/০৩/২০১৭

    ২১

    চুপাৰমাৰ্কেটৰ VIII(এম)টাইপ ৩২/২ত মেৰামতি আৰু নৱীকৰণ, দিছপুৰ, গুৱাহাটী-০৬

    ১০৮৬০০

    জি.এ.জি.(এ) ৭০/২০১৭/৩০

    তাৰিখঃ ০৭/০৩/২০১৭

    ২২

    খানাপাৰাৰ জ্যেষ্ঠ বিষয়া কলনিত ১১/০ ৪৩৩কে.ভি., ২৫০কে.ভি.এ. ট্ৰেন্সফাৰমাৰ আৰু ছাব-ষ্টেচন সংৰচনা মেৰামতি, গুৱাহাটী-২২

    ২৩৪৬৯৬

    জি.এ.জি.(এ)৭০/২০১৭

    ২৩

    জৱাহাৰ নগৰত ছটা ভৱন ব্লকত(ব্লক বি.ৰ পৰা জি.লৈ) ব্যৱহৃত হৈ থকা পাঁচজন লোকক কঢ়িয়াই নিয়া এলিভেটৰৰ নৱীকৰণ, হাউচফেড ভৱন, ত্ৰিপুৰা পথ, গুৱাহাটী-২২

    ২৬০২৮১২

    জি.এ.জি.(এ) ১১১/২০১৬/৩৬

    তাৰিখঃ ১৮/০২/২০১৭

    ২৪

    অসম সচিবালয় আৱাসিক এলেকাত ২*১০এইচ.পি., চেন্ট্ৰিফিউগেল মনলক পাম্প আৰু ১*৩.০০এইচ.পি. চাবমাৰ্চিবোল মটৰ পাম্প ছেট মেৰামতি আৰু উন্নয়ন, হাউচফেড এপাৰ্টমেণ্ট, জৱাহাৰ নগৰ, ত্ৰিপুৰা পথ, গুৱাহাটী-২২

    ৯৭৯৮২

    জি.এ.জি.(এ) ১১১/২০১৬/৩৭

    তাৰিখঃ ১৮/০২/২০১৭

    ২৫

    নটবমা হাউচফেড কমপ্লেক্সত ব্লক নং-এ.বি.ৰ উন্নয়ন/নৱীকৰণ, গুৱাহাটী-২৮(বাহিৰৰ দেৱালত ৰং কৰা)

    ৭০০৩০০

    জি.এ.জি.(এ) ২০১৫/২০১০/৬৩

    তাৰিখঃ ১৩/০২/২০১৭

    ২৬

    নটবমা হাউচফেড কমপ্লেক্সত ব্লক নং-এ.বি.ৰ উন্নয়ন/নৱীকৰণ, গুৱাহাটী-২৮(বাহিৰৰ দেৱালত ৰং কৰা)

    ৭০০৩০০

    জি.এ.জি.(এ) ২০১৫/২০১০/৬৩

    তাৰিখঃ ১৩/০২/২০১৭

    ২৭

    নটবমা হাউচফেড কমপ্লেক্সত ব্লক নং-এ.বি.ৰ উন্নয়ন/নৱীকৰণ, গুৱাহাটী-২৮(বাহিৰৰ দেৱালত ৰং কৰা)

    ৭০০৩০০

    জি.এ.জি.(এ) ২০১৫/২০১০/৬৩

    তাৰিখঃ ১৩/০২/২০১৭

    ২৮

    দিছপুৰৰ ৰাজধানী কমপ্লেক্সত VII(এম)টাইপ ৪/৬ত বাহিৰৰ আৰু ভিতৰৰ বৈদ্যুতিকৰণৰ নৱীকৰণ কৰা, গুৱাহাটী-০৬

    ১৮৫০০০

    জি.এ.জি.(এ.)২১৫/২০১০

    ২৯

    হৰিজন কলনীত শ্ৰীমতী মঞ্জু দেৱীৰ(১*৮=8একক) অধীনত থকা চৰকাৰী আৱাস নং২, ব্লক নং-৫ত বাহিৰৰ আৰু ভিতৰৰ বৈদ্যুতিকৰণৰ মেৰামতি/নৱীকৰণ, দিছপুৰ, গুৱাহাটী-০৬

    ৪৭৫৫৯০

    জি.এ.জি.(এ.)৭৩/২০১৭

    ৩০

    নটবমা হাউচ কমপ্লেক্সত ফনী তালুকদাৰৰ চৰকাৰী আৱাস এম-IIৰ লগতে আন ছজনৰ চৰকাৰী আৱাসৰ ভিতৰুৱা বৈদ্যুতিকৰণৰ মেৰামতি/নৱীকৰণ, গুৱাহাটী-৩৮

    ৮৮৪১৩৮

    জি.এ.জি.(এ.)৭৩/২০১৭

    ৩১

    পুৰণা হৰিজন কলনীৰ চৰকাৰী আৱাস নং ৯ ব্লক নং৪ৰ লগতে অন্য  আৱাসৰো(ই-১*৯=৯) ভিতৰুৱা আৰু বাহিৰা বৈদ্যুতিকৰণৰ মেৰামতি/নৱীকৰণ, দিছপুৰ, গুৱাহাটী-০৬

    ৪৯০৬১৯

    জি.এ.জি.(এ) ৭৬/২০১৭/৪৬

    তাৰিখঃ ০৬/০৩/২০১৭

    ৩২

    ৰাজধানী কমপ্লেক্সত VII(এম)টাইপ আৱাস নং ৩১/১-৪ৰ বাহিৰা আৰু ভিতৰুৱা বৈদ্যুতিকৰণৰ নৱীকৰণ, দিছপুৰ, গুৱাহাটী-৬

    ৩৫১৮৪০

    জি.এ.জি.(এ) ৭৬/২০১৭/৪৬

    তাৰিখঃ ০৬/০৩/২০১৭

    ৩৩

    ৰাজধানী কমপ্লেক্সত চতুৰ্থ বৰ্গ কৰ্মচাৰী আৱাসৰ উন্নয়ন (ব্লক নং৮,৯(এছ)=১৬এককত ক্ষুদ্ৰ মেৰামতি) দিছপুৰ, গুৱাহাটী-০৬

    ৪৫৮৪৬৯

    জি.এ.জি.(এ) ৮৩/২০১৭/১২৪

    তাৰিখঃ ০৪/০৩/২০১৭

    ৩৪

    ৰাজধানী কমপ্লেক্সত চতুৰ্থ বৰ্গ কৰ্মচাৰী আৱাসৰ(ব্লক নং ৩/৭ (ডি) উন্নয়ন, দিছপুৰ, গুৱাহাটী-০৬

    ৬৫২০০

    জি.এ.জি.(এ) ৮৩/২০১৭/১২৪

    তাৰিখঃ ০৪/০৩/২০১৭

    ৩৫

    চৰকাৰী আৱাস গৃহৰ মেৰামতি(ৰাজধানী কমপ্লেক্সত চৰকাৰী আৱাস  VIII(এম)টাইপ গৃহ নং৪০/৬, ৪৬/৪ আৰু ২৬/২ৰ মেৰামতি/নৱীকৰণ, দিছপুৰ, গুৱাহাটী-৬(দীপক দে, কবিৰাম হালৈ আৰু শ্ৰীমতী ৰেখা মণি বৰাৰ অধীনত থকা আৱাস)

    ৩১৫০০০

    জি.এ.জি.(এ) ৮৩/২০১৭/১২৪

    তাৰিখঃ ০৪/০৩/২০১৭

    ৩৬

    নটবমা হাউচফেড কমপ্লেক্সৰ চৰকাৰী আৱাস গৃহৰ মেৰামতি/নৱীকৰণ, গুৱাহাটী-৩৮ ব্লক এ.০০১, (শ্ৰী মইনুল হকৰ অধীনত থকা আৱাস)

    ১৫৪৪০০

    জি.এ.জি.(এ) ৮৩/২০১৭/১২৪

    তাৰিখঃ ০৪/০৩/২০১৭

    ৩৭

    ৰাজধানী কমপ্লেক্সৰ মন্ত্ৰী কলনীত টাইপ-II চৰকাৰী আৱাসৰ নৱীকৰণ/মেৰামতি, দিছপুৰ, গুৱাহাটী-৬, বিধায়ক ৰিহন দৈমাৰীৰ অধীনত থকা আৱাস গৃহ নং৭

    ৩৪০৪০০

    জি.এ.জি.(এ) ৮৪/২০১৭/৫১

    তাৰিখঃ ০৭/০৩/২০১৭

    ৩৮

    ৰুক্মিনীগাঁওস্থিত চৰকাৰী আৱাস গৃহ নং ৪ এ. আৰু বি.ৰ চেপ্তিক টেংক, লেট্ৰিন আৰু স্নানাগাৰৰ মেৰামতি আৰু নৱীকৰণ, দিছপুৰ, গুৱাহাটী-৬

    ১৬০৫৪১

    জি.এ.জি.(এ) ৮৭/২০১৭/৪৬

    তাৰিখঃ ১৬/০৩/২০১৭

    ৩৯

    ৰাজধানী কমপ্লেক্সত চতুৰ্থ বৰ্গ কৰ্মচাৰী আৱাস ব্লক নং ২৮ আৰু ২৯(এম)ৰ উন্নয়ন (চেপ্তিক টেংকৰ মেৰামতি/নৱীকৰণ) দিছপুৰ, গুৱাহাটী-০৬

    ১০৮১০০

    জি.এ.জি.(এ) ৮৭/২০১৭/৪৬

    তাৰিখঃ ১৬/০৩/২০১৭

    ৪০

    নটবমা হাউচিং কমপ্লেক্সত শ্ৰীযুত মৃদুল শইকীয়াৰ চৰকাৰী আৱাস গৃহ নং এম-II, চি-১৯ৰ ভিতৰৰ বৈদ্যুতিকৰণৰ মেৰামতি/নৱীকৰণ, গুৱাহাটী-৬

    ১১২৪১১

    জি.এ.জি.(এ) ৫৩/২০১৭/১১

    তাৰিখঃ ০৬/০৩/২০১৭

    ৪১

    খানাপাৰাস্থিত জ্যেষ্ঠবিষয়া কলনীত জিৰণী শিবিৰ ভৱনৰ ভূমি মহলাৰ কোঠাৰ মেৰামতি আৰু ৰং কৰা, গুৱাহাটী-২২

    ৭৯৭০০

    জি.এ.জি.(এ)৫৩/২০১৭

    ৪২

    চৰকাৰী আৱাস গৃহৰ মেৰামতি

    (চুপাৰমাৰ্কেটত VIII(এম)টাইপ চৰকাৰী আৱাস গৃহ নং ৭/১ আৰু ১৫/৫ৰ(দুটা) মেৰামতি/নৱীকৰণ), দিছপুৰ, গুৱাহাটী-০৬)

    ২৫৪৯০০

    জি.এ.জি.(এ)৯৫/২০১৭

    ৪৩

    মুখ্য সচিবৰ সৈতে থকা পিয়ন শ্ৰী প্ৰদীপ লহকৰৰ চতুৰ্থ বৰ্গ (এম) কলনীত থকা চৰকাৰী আৱাস নং ৭, ব্লিক-১৪ৰ  ভিতৰৰ আৰু বাহিৰৰ বৈদ্যুতিকৰণৰ মেৰামতি/নৱীকৰণ, গুৱাহাটী-৬

    ৫৭৭৭১

    জি.এ.জি.(এ)৯৩/২০১৭

    ৪৪

    দিছপুৰ ৰাজধানী কমপ্লেক্সত VIII(এম)টাইপ আৱাস নং ৩৯/৩ত ভিতৰৰ আৰু বাহিৰৰ বৈদ্যুতিকৰণৰ নৱীকৰণ, গুৱাহাটী-০৬

    ৮৩৬২৭

    জি.এ.জি.(এ)৯২/২০১৭

    ৪৫

    দিছপুৰ ৰাজধানী কমপ্লেক্সত VIII(এম)টাইপআৱাস নং ১/২ত ভিতৰৰ আৰু বাহিৰৰ বৈদ্যুতিকৰণৰ নৱীকৰণ, গুৱাহাটী-০৬

    ১৬৪০৯২

    জি.এ.জি.(এ)৯১/২০১৭

    ৪৬

    দিছপুৰৰ অসম সচিবালয়স্থিত চতুৰ্থ বৰ্গ কৰ্মচাৰীৰ আৱাসিক এলেকাত ষ্ট্ৰিত লাইট প্ৰদান কৰা, গুৱাহাটী-০৬

    ২৮৪২২৭০

    জি.এ.জি.(এ) ৯৭/২০১৭/১৭

    তাৰিখঃ ১৮/০৩/২০১৭

    ৪৭

    চুপাৰ মাৰ্কেটৰ VIII(এম)টাইপ ২/৩নং আৱাসৰ মেৰামতি/নৱীকৰণ (মুনিন্দ্ৰ কুমাৰ শৰ্মা)

    ১২৪৩০০

     

    ৪৮

    ৰাজধানী কমপ্লেক্সৰ VIII(এম)টাইপ৩১/১নং আৱাসৰ মেৰামতি/নৱীকৰণ (স্বৰ্ণমণি দুৱাৰা)

    ৯৪৭০০

    জি.এ.জি.(এ)৯০/২০১৭

    ৪৯

    চুপাৰ মাৰ্কেটৰ VIII(এম)টাইপ ১৬/৩নং আৱাসৰ মেৰামতি/নৱীকৰণ (মৃনাল দত্ত)

    ১০৪৯০০

    জি.এ.জি.(এ)৯০/২০১৭

    ৫০

    চুপাৰ মাৰ্কেটৰ VIII(এম)টাইপ ৮/৬নং আৱাসৰ মেৰামতি/নৱীকৰণ (দীশা বৰদলৈ)

    ১০৭৮০০

    জি.এ.জি.(এ)৯০/২০১৭

    ৫১

    চুপাৰ মাৰ্কেটৰ VIII(এম)টাইপ ৫/১ৰ পৰা ৫/৬নং আৱাসলৈ মেৰামতি/নৱীকৰণ

    ৮৭০০০

    জি.এ.জি.(এ)৯০/২০১৭

    ৫২

    ৰাজধানী কমপ্লেক্সৰ VIII(এম)টাইপ ৪১/১ৰ পৰা ৪১/৪নং আৱাসলৈ মেৰামতি/নৱীকৰণ

    ৯১১০০

    জি.এ.জি.(এ)৯০/২০১৭

    ৫৩

    চুপাৰ মাৰ্কেটৰ VIII(এম)টাইপ ৪/১ৰ পৰা ৪/৬নং আৱাসলৈ মেৰামতি/নৱীকৰণ

    ৭৩৪০০

    জি.এ.জি.(এ)৯০/২০১৭

    ৫৪

    ৰাজধানী কমপ্লেক্সত VIII(এম)টাইপ ৩১নং আৱসৰ মেৰামতি আৰু নৱীকৰণ, দিছপুৰ, গুৱাহাটী-৬(ৰূমী দেৱীৰ অধীনত থকা)

    ৯৪০০০

    জি.এ.জি.(এ)৯০/২০১৭

    ৫৫

    দিছপুৰৰ ৰাজধানী কমপ্লেক্সত চতুৰ্থ বৰ্গ কৰ্মচাৰী আৱাস ব্লক নং ৩৫/১(এম)ত মেৰামতি আৰু নৱীকৰণ, গুৱাহাটী০৬ (সুৰজ বিশ্বাসৰ অধীনত থকা)

    ৯১৭৩৫

    জি.এ.জি.(এ)৯৪/২০১৭

    ৫৬

    দিছপুৰৰ ৰাজধানী কমপ্লেক্সত চতুৰ্থ বৰ্গ কৰ্মচাৰীৰ নতুন আৰ.চি.চি. ভৱনৰ বি.-চি./২০৩ নং আৱাসত সামান্য মেৰামতি, গুৱাহাটী-৬ (হাবিবুল ইছলামৰ অধীনত থকা)

    ৪৭৪২৯

    জি.এ.জি.(এ)৯৪/২০১৭

    ৫৭

    হৰিজন কলনীস্থিত চতুৰ্থ বৰ্গ কৰ্মচাৰীৰ আৱাসত(ব্লক নং ১/৪ আৰু ১/৬ত (৫০একক) সামান্য মেৰামতি) মেৰামতি আৰু নৱীকৰণ, দিছপুৰ, গুৱাহাটী-৬

    ৩২৭৫৬৮

    জি.এ.জি.(এ)৯৪/২০১৭

    ৫৮

    চতুৰ্থ বৰ্গ কৰ্মচাৰীৰ চৰকাৰী আৱাস নং (এম)২৩/২ত(১*৭সংখ্যক = ৭সংখ্যক) ভিতৰৰ বৈদ্যুতিকৰণৰ মেৰামতি আৰু নৱীকৰণ, ৰাজধানী কমপ্লেক্স, দিছপুৰ, গুৱাহাটী-৬

    ৪৬২১৮৩

    জি.এ.জি.(এ)৯৪/২০১৭

    ৫৯

    ৰজধানী কমপ্লেক্সত VIII(এম)টাইপ ৮/৩ত বৈদ্যুতিকৰণৰ মেৰামতি আৰু নৱীকৰণ, দিছপুৰ, গুৱাহাটী-৬

     

    ১৭৭৭০০

    জি.এ.জি.(এ)১০০/২০১৭

    ৬০

    ব্লক এ.ৰ চৰকাৰী আৱাস নং ২০৩ আৰু ৩০২ত ভিতৰৰ বৈদ্যুতিকৰণৰ মেৰামতি/নৱীকৰণ, শ্ৰীযুত দুলাল কুমাৰ নাথ আৰু ৰাজু ৰহাংৰ আৱাস, হাউচিং কমপ্লেক্স, নটবমা, গুৱাহাটী-৩৮

    ২২৪৬৬৮

    জি.এ.জি.(এ)১০০/২০১৭

    ৬১

    সচিবালয় কমপ্লেক্সৰ সমীপতে থকা নতুন মন্ত্ৰী কলনীৰ চৌহদ দেৱালৰ মেৰামতি, দিছপুৰ, গুৱাহাটী-৬

    ৪৭৭৯৭১

    জি.এ.জি.(এ)৯৮/২০১৭

    ৬২

    ২০১৬-১৭বৰ্ষৰ বাবে ২২১৬এম. আৰু আৰ.-নন প্লেনৰ অধীনততত্বাৱধান আৰু মেৰামতি (অসমৰ স্বাস্থ্য আৰু পৰিকল্পনা বিভাগৰ সচিবৰ পি.এ., ই. লস্কৰ অধীনত থকা নটবমাৰ চৰকাৰী আৱাস গৃহৰ (ব্লক-জি.-১০২০) মেৰামতি, হাউচফেড কমপ্লেক্স)

    ১১০১৫০

    জি.এ.জি.(এ)৯৯/২০১৭

    ৬৩

    খানাপাৰাস্থিত জ্যেষ্ঠ বিষয়া কলনীৰ ব্লক নং এ.-৪ত উন্নয়ন আৰু মেৰামতি, গুৱাহাটী-২২

    ১২০৮০০

    জি.এ.জি.(এ)১০২/২০১৭

    ৬৪

    ভা.প্ৰ.সে. বিষয়া, এছ.কে. খাড়েৰ অধীনত থকা ব্লক নং বি.-৬ৰ ওপৰৰ মহলাৰ ছাদ মেৰামতি, জ্যেষ্ঠ বিষয়া কলনী, খানাপাৰা, গুৱাহাটী-২২

    ১৯১৬০০

    জি.এ.জি.(এ)১০৪/২০১৭

    ৬৫

    খানাপাৰাস্থিত ভা.প্ৰ.সে. কলনীৰ জিৰণী শিবিৰ ভৱনৰ সন্মুখত মাটী পুৰুৱা, গুৱাহাটী-২২

    ৩৯১৫০০

    জি.এ.জি.(এ)১০৪/২০১৭

    ৬৬

    নটবমাৰ হাউচফেড কমপ্লেক্সত ব্লক নং ই.ত মেৰামতি আৰু নৱীকৰণ, হাটিগাঁও, গুৱাহাটী-৩৮

    ১৪৪৪৭০০

    জি.এ.জি.(এ)১০৩/২০১৭

    ৬৭

    খানাপাৰৰ ভা.প্ৰ.সে. কলনীক ব্লক নং এফ-৬ত নতুন চেপ্তিক টেংক নিৰ্মাণ

    ১১৮৬০০

    জি.এ.জি.(এ) ৮২/২০১৭/৩২৩

    তাৰিখঃ ০২/০৩/২০১৭

    ৬৮

    খানাপাৰৰ ভা.প্ৰ.সে. কলনীৰ ব্লক নং বি.-১ত মেৰামতি/নৱীকৰণ

    ২০৮০০০

    জি.এ.জি.(এ) ৮২/২০১৭/৩২৩

    তাৰিখঃ ০২/০৩/২০১৭

    ৬৯

    খানাপাৰৰ ভা.প্ৰ.সে. কলনীৰ জিৰণী শিবিৰত ব্লক নং বি.-৩ আৰু এ.-৪ আৰু লগতে একক নং-এফ.কে ধৰি একক নং চি., ডি.ত মেৰামতি/নৱীকৰণ

    ৩৯৯৮০০

    জি.এ.জি.(এ) ৮২/২০১৭/৩২৩

    তাৰিখঃ ০২/০৩/২০১৭

    ৭০

    খানাপাৰৰ ভা.প্ৰ.সে. কলনীৰ যমজ আৱাস নং এফ.-৫ত মেৰামতি/নৱীকৰণ

    ৪১৬৩০০

    জি.এ.জি.(এ) ৮২/২০১৭/৩২৩

    তাৰিখঃ ০২/০৩/২০১৭

    ৭১

    খানাপাৰৰ ভা.প্ৰ.সে. কলনীত ব্লক নং ডি.-২ত মেৰামতি/নৱীকৰণ

    ৪৭৩৬০০

    জি.এ.জি.(এ) ৮২/২০১৭/৩২৩

    তাৰিখঃ ০২/০৩/২০১৭

    ৭২

    খানাপাৰৰ ভা.প্ৰ.সে. কলনীত ব্লক নং ডি.-১ৰ নৱীকৰণৰ লগতে চৌহদৰ সীমা ইটাৰ দেৱালৰ উচ্চতা বৃদ্ধি কৰা

    ৪৯১৮০০

    জি.এ.জি.(এ) ৮২/২০১৭/৩২৩

    তাৰিখঃ ০২/০৩/২০১৭

    ৭৩

    খানাপাৰৰ ভা.প্ৰ.সে. কলনীৰ যমজ দুপ্লেক্স আৱাস নং এফ.-২ৰ মেৰামতি/নৱীকৰণ, গুৱাহাটী

    ৭০৪০০০

    জি.এ.জি.(এ) ৬০/২০১৭/৪০

    তাৰিখঃ ০১/০৩/২০১৭

    ৭৪

    নটবমাৰ হাউচফেড কমপ্লেক্সত চিলিণ্ড্ৰিকেল পানী টেংকিৰ(চিন্টেক্স) লগতে পানী যোগান ব্যৱস্থাৰ নৱীকৰণ, গুৱাহাটী

    ৭১৯৫২৪

    জি.এ.জি.(এ) ৬৭/২০১৭/৩৪

    তাৰিখঃ ০১/০৩/২০১৭

    ৭৫

    গুৱাহাটীৰ নটবমাস্থিত হাউচফেড কমপ্লেক্সত ভূমিৰ ওপৰত আৰ.চি.চি. জল সংৰক্ষণ ব্যৱস্থাৰ নিৰ্মাণ কৰা

    ৩৭৪০৪৮

    জি.এ.জি.(এ) ৬৭/২০১৭/৩৫

    তাৰিখঃ ০১/০৩/২০১৭

    ৭৬

    গুৱাহাটীৰ নটবমাস্থিত হাউচফেড কমপ্লেস্কত নতুন দীপ টিউব ওৱেল স্থাপন

    ১৯১৪৭৪২

    জি.এ.জি.(এ) ৬৭/২০১৭/৩২

    তাৰিখঃ ০১/০৩/২০১৭

    ৭৭

    গুৱাহাটীৰ নটবমাস্থিত হাউচফেড কমপ্লেস্কত দীপ টিউব ওৱেলৰ মেৰামতি

    ৮৪৬৫৩২

    জি.এ.জি.(এ) ৬৭/২০১৭/৩৪-এ

    তাৰিখঃ ০১/০৩/২০১৭

    ৭৮

    গুৱাহাটীৰ খানাপাৰাস্থিত ভা.প্ৰ.সে. কলনীত ৮টা চেণ্ট্ৰী পোষ্ট নিৰ্মাণ

    ৭৭৯১০০

    জি.এ.জি.(এ) ৩০/২০১৭/১৬

    তাৰিখঃ ০৬/০২/২০১৭

    ৭৯

    দিছপুৰ কেপিটেল কমপ্লেক্সত চতুৰ্থ বৰ্গ কৰ্মাচাৰীৰ আৱাসৰ উন্নয়ন(ব্লক নং ১০/১১(এছ.) = ৮একক), গুৱাহাটী-৬

    ৪২০০৪৮

    জি.এ.জি.(এ) ৭৭/২০১৭/৩৬

    তাৰিখঃ ০৪/০৩/২০১৭

    ৮০

    খানাপাৰৰ ভা.প্ৰ.সে. কলনীৰ ব্লক নং ডি.-২ৰ মেৰামতি/নৱীকৰণ

    ১৮৮০৩০

    জি.এ.জি.(এ) ৭৮/২০১৭/৮০

    তাৰিখঃ ০৬/০৩/২০১৭

    ৮১

    খানাপাৰৰ ভা.প্ৰ.সে. কলনীৰ ডুপ্লেস্ক টাইপ ই.-২ নং আৱাস গৃহৰ মেৰামতি/নৱীকৰণ

    ৩২২৪০০

    জি.এ.জি.(এ) ৭৮/২০১৭/৮০

    তাৰিখঃ ০৬/০৩/২০১৭

    ৮২

    খানাপাৰৰ ভা.প্ৰ.সে. কলনীৰ যমজ টাইপ এফ.-২ নং আৱাস গৃহৰ মেৰামতি/নৱীকৰণ

    ১১৮১০০

    জি.এ.জি.(এ) ৭৮/২০১৭/৮০

    তাৰিখঃ ০৬/০৩/২০১৭

    ৮৩

    খানাপাৰৰ ভা.প্ৰ.সে. কলনীৰ ব্লক নং ডি.-৫ নং আৱাস গৃহৰ মেৰামতি/নৱীকৰণ

    ২৫৩৩০০

    জি.এ.জি.(এ) ৭৮/২০১৭/৮০

    তাৰিখঃ ০৬/০৩/২০১৭

    ৮৪

    খানাপাৰাৰ জ্যেষ্ঠ বিষয়া কলনীত ব্লক ডি.-৪ আৱাসৰ ভিতৰৰ বৈদ্যুতিকৰণৰ মেৰামতি আৰু নৱীকৰণ আৰু লাইট লগোৱা

    ২৯০৯৪০

    জি.এ.জি.(এ) ৭৫/২০১৭/৯

    তাৰিখঃ ০৪/০৩/২০১৭

    ৮৫

    মুখ্য দ্বাৰত নতুনকৈ নিৰ্মিত দুটা চেণ্ট্ৰী পোষ্টত ভিতৰৰ বৈদ্যুত্যিকৰণ স্থাপন কৰা, নিৰাপত্তা বেৰেকৰ ভিতৰৰ বৈদ্যুতিকৰণৰ মেৰামতি কৰা আৰু অৱসৰপ্ৰাপ্ত ভা.প্ৰ.সে. বিষয়া এন.কে. দাসৰ অধীনত থকা ই.-৪ নং আৱাসত ইণ্ভাৰ্টাৰ বেতাৰী প্ৰদান কৰা, জ্যেষ্ঠ বিষয়া কলনী, খানাপাৰা

    ১৪০৩১৮

    জি.এ.জি.(এ) ৭১/২০১৭/১০৩

    তাৰিখঃ ০৬/০৩/২০১৭

    ৮৬

    খানাপাৰাৰ জ্যেষ্ঠ বিষয়া কলনীত স্থাপন কৰা বৈদ্যুতিক ব্যৱস্থা/আহিলাৰ ব্যাপক আৰু প্ৰতিৰোধী তত্বৱধান

    ১৭৫৫৮৭৬

    জি.এ.জি.(এ) ৭১/২০১৭/১০৩

    তাৰিখঃ ০৬/০৩/২০১৭

    ৮৭

    খানাপাৰৰ জ্যেষ্ঠ বিষয়া কলনীৰ ব্লক নং ডি.-১ত ভিতৰৰ বৈদ্যুতিকৰণৰ উন্নয়ন আৰু মেৰামতি, গুৱাহাটী

    ৩০১২০৮

    জি.এ.জি.(এ) ৭১/২০১৭/১০৩

    তাৰিখঃ ০৬/০৩/২০১৭

    ৮৮

    খানাপাৰৰ ভা.প্ৰ.সে. কলনীৰ জিৰণী শিবিৰৰ বি. আৰু এফ. একক দুটাৰ মেৰামতি/নৱীকৰণ

    ৭৩২৭০০

    জি.এ.জি.(এ) ৬৬/২০১৭/১২১

    তাৰিখঃ ০৮/০৩/২০১৭

    ৮৯

    খানাপাৰাৰ আই.এ.এছ কলনীৰ ব্লক নং বি.-৬ত মেৰামতি/নৱীকৰণ

    ৭৩২৭০০

    জি.এ.জি.(এ) ৬৬/২০১৭/১২১

    তাৰিখঃ ০৮/০৩/২০১৭

    ৯০

    ২০১৬-১৭বৰ্ষত তেতিয়াৰ অসমৰ মাননীয় মুখ্য মন্ত্ৰীয়ে বসবাস কৰা এক নং ৰাজ্যিক অতিথিশালাৰ বৈদ্যুতিকৰণ ব্যৱস্থা, ষ্ট্ৰিট লাইট, নিৰাপত্তা ফ্লাদ লাইট, পষ্ট টপ লালটেৰ্ন, ডিজি. ছেট ফায়াৰ এলাৰ্ম আৰু দিটেকছন ছিষ্টেম আৰু লগতে শীত-তাপ নিয়ন্ত্ৰণ ব্যৱস্থাৰ ব্যাপক আৰু প্ৰতিৰোধী তত্বাৱধান, খানাপাৰা, গুৱাহাটী-২২ (ভিতৰৰ আৰু বাহিৰৰ বৈদ্যুতিকৰণ, নিৰাপত্তা ফ্লাদ লাইট, পষ্ট টপ লালটেৰ্ন, ইন্ধনচালিত শীত-তাপ নিয়ন্ত্ৰণ ব্যৱস্থাকে ধৰি ৬৩কে.ভি. ডিজেল জেনেৰেটৰ ছেট, ফায়াৰ ডিটেকচন আৰু এলাৰ্ম ব্যৱস্থাৰ ব্যাপক আৰু প্ৰতিৰোধী তত্বাৱধান)

    ৯৮১৭১৬

    জি.এ.জি.(এ) ৭২/২০১৭/৭২

    তাৰিখঃ ০২/০৩/২০১৭

    ৯১

    খানাপাৰাৰ প্ৰাক্তন মুখ্য মন্ত্ৰীৰ আৱাসলৈ যোৱা পথতপ্ৰহৰী চকীতচিলিং ফেন স্থাপন কৰা

    ৪৭৩৫৪৮

    জি.এ.জি.(এ) ৭২/২০১৭/৭২

    তাৰিখঃ ০২/০৩/২০১৭