মই প্ৰৱেশ কৰিছো:

অসম চৰকাৰ সাধাৰণ প্ৰশাসন

আৱাস- জিলা সমূহত

  • ক্ৰমিক নং

    আঁচনিৰ নাম

    মঞ্জুৰী প্ৰদানৰ বাবে ধাৰ্য্য কৰা তাৰিখ

    ধাৰ্য্য কৰা ধনৰ পৰিমাণ (লাখ টকাৰ হিচাপত)

    ২০১৫-১৬বৰ্ষত খাৰঘুলী, এম.জি. পথত থকা উপায়ুক্ত বালংৰ মেৰামতি আৰু নৱীকৰণ কৰা

    জি.এ.জি.(বি.)১৬২/২০১৬/৩৪

    তাৰিখঃ ২১.১০.১৬

    ১৬.৭৯৩০০

    ২০১৫-১৬বৰ্ষত কাৰ্বি আংলঙৰ দিফুত থকা উপায়ুক্ত কাৰ্য্যালয়ৰ দুমহলীয়া(৪টা একক) আৰ.চি.চি.জি.আৰ. IVআৱাসৰনিৰ্মাণ

    জি.এ.জি.(বি.)৪৫/২০১৬/২৭

    তাৰিখঃ ২৩.১১.১৬

    ২৭.১২০৫০

    গুৱাহাটীৰ লালমাটিস্থিত গেমচ ভিলেজৰ চৰকাৰী আৱাস খণ্ডৰ পুৰণা পাঁচজন লোক কঢ়িয়াই নিয়া এলিভেটৰ(ও.টি.আই.এছ. নিৰ্মিত) সলনি কৰি পাঁচজন লোক কঢ়িয়াই নিয়া এলিভেটৰ(কন নিৰ্মিত) স্থাপন কৰা

    জি.এ.জি.(বি.)৭/২০১৭/২২

    তাৰিখঃ ৯.২.১৭

    ২৮.৮০৬৭১

    খাৰঘুলীৰ ব্ৰহ্মপুত্ৰ অতিথিশালাৰ নিৰাপত্তা বেৰেক(আৰ.চি.চি. জি.+২)নিৰ্মাণ কৰা

    জি.এ.জি.(বি.)৩১/২০১৭/১৫

    তাৰিখঃ ৩.২.১৭

    ৭৮.৪৩০০০

    নতুন মন্ত্ৰী কলনীত মন্ত্ৰীৰ আৱাস নং এম.-১৪ৰ বাবে চৰকাৰী আৱাসৰ নৱীকৰণ আৰু উন্নিতকৰণ

    জি.এ.জি.(বি.)৩২/২০১৭/২২

    তাৰিখঃ ১৩.২.১৭

    ১১.১৫৫২০

    নতুন মন্ত্ৰী কলনীত মন্ত্ৰীৰ আৱাস নং এম.-১৩ৰ বাবে চৰকাৰী আৱাসৰ পূনৰনিৰ্মাণ আৰু উন্নিতকৰণ(শৌচাগাৰ নৱীকৰণ, ভিতৰ সজ্জা আৰু বাহিৰভাগত ৰং কৰা ইত্যাদি)

    জি.এ.জি.(বি.)১৩/২০১৭/২৭

    তাৰিখঃ ৯.২.১৭

    ৪.৯৫৯০০

    গহপূৰৰ ই.এ.চি. আৱাসত সীমা দেৱাল নিৰ্মাণ, গুৰুত্বপূৰ্ণ কৰ্তব্যৰ বাবে লোহাৰ দুৱাৰ, ই.এ.চি. অভিমূখী পথৰ উন্নয়ন

    জি.এ.জি.(বি.)৫৬৮/২০১৬/১৭

    তাৰিখঃ ৩.৩.১৭

    ১৯.০৮০০০

    গহপূৰৰ ই.এ.চি. আৱাসত সীমা দেৱাল নিৰ্মাণ, গুৰুত্বপূৰ্ণ কৰ্তব্যৰ বাবে লোহাৰ দুৱাৰ, ই.এ.চি. অভিমূখী পথৰ উন্নয়ন

    জি.এ.জি.(বি.)৫৬৮/২০১৬/১৭

    তাৰিখঃ ৩.৩.১৭

    ১৯.০৮০০০

    উত্তৰ লক্ষীমপুৰৰ বানতৌত ই.এ.চি. আৱাস নং-১ৰ মেৰামতি

    জি.এ.জি.(বি.)৫৩৫/২০১৬/৪৩

    তাৰিখঃ ২০.২.১৭

    ৪.৮৯৮০০

    ১০

    উত্তৰ লক্ষীমপুৰৰ বানতৌত ই.এ.চি. আৱাস নং-২ৰ মেৰামতি

    জি.এ.জি.(বি.)৫৩৫/২০১৬/৪৪

    তাৰিখঃ ২০.২.১৭

    ৪.৯৪০০০

    ১১

    উত্তৰ লক্ষীমপুৰৰ বানতৌত ই.এ.চি. আৱাস নং-৩ৰ মেৰামতি

    জি.এ.জি.(বি.)৫৩৫/২০১৬/৪৫

    তাৰিখঃ ২০.২.১৭

    ৪.৯২৩০০

    ১২

    উত্তৰ লক্ষীমপুৰৰ বানতৌত ই.এ.চি. আৱাস নং-৪ৰ মেৰামতি

    জি.এ.জি.(বি.)৫৩৫/২০১৬/৪৬

    তাৰিখঃ ২০.২.১৭

    ৪.৯০৬০০

    ১৩

    যোৰহাটৰ উপায়ুক্তবঙলাৰ মেৰামতি আৰু নৱীকৰণ

    জি.এ.জি.(বি.)৫৯৯/২০১৬/২৫

    তাৰিখঃ ১০.৩.১৭

    ৩০.০৩০০০